এইবাৰ পূজা চাবলৈ যাওতে কি কি নিয়ম মানিব লাগিব?

এইবাৰ পূজা চাবলৈ যাওতে কি কি নিয়ম মানিব লাগিব?

এইবাৰ পূজা চাবলৈ যাওতে কি কি নিয়ম মানিব লাগিব? আজি প্ৰকাশ পাব নতুন SOP

 

ৰাজ্যত শেহতীয়াকৈ কিছু উন্নত হৈছে কোভিড পৰিস্থিতি। ফলল দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ এক পৰিবেশ আহি পৰিছে। ৰাজ্য চৰকাৰেও ইতিমধ্যে পূজা আয়োজনৰ সেউজ সংকেট প্ৰদান কৰিছে। কিন্তু ৰাইজে দুৰ্গা পূজা চাবলৈ যাওতে মানিব লাগিব কিছু নীতি নিৰ্দেশনা। সেইদৰে পূজাৰ আয়োজক কমিটীয়েও নিয়ম নীতিৰ মাজেৰে দুৰ্গা পূজাৰ আয়োজন কৰিব লাগিব।

আজি প্ৰকাশ পাব দুৰ্গা পূজাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিবলগীয়া নতুন SOP। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আনহাতে চলিত মাহত নৱম, দশম, একাদশ শ্ৰেণীৰ পাঠদানৰ সম্ভাৱনা নুই কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে ৷

Shahnawaz Hamza

Related