অকলশৰীয়া নহয় নিকু কলিতা; ভূমিদান কৰিবলৈ আগবাঢ়ি আহিছে হৃদয়ৱান লোক

অকলশৰীয়া নহয় নিকু কলিতা; ভূমিদান কৰিবলৈ আগবাঢ়ি আহিছে হৃদয়ৱান লোক

শিলসাঁকোত উচ্ছেদ হোৱা কণমানি নিকক সহায় কৰিবলৈ আধা কঠা মাটি দিবলৈ সাজু সুৰেণ ৰাজবংশী।

“উচ্ছেদ হোৱা কণমানি “নিক কলিতা ক কোনোবা সদাসয় ব্যক্তিয়ে যোগাযোগ কৰি দিলে মোৰ ফালৰ পৰা আধা কঠা মাটি দিব পাৰোঁ,” সামাজিক মাধ্যমত পোষ্টযোগে জনালে এই কথা সুৰেণ ৰাজবংশীয়ে।

উল্লেখযোগ্য যে, ৰাজবংশী হৈছে গুৱাহাটী মহানগৰ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক।

Shahnawaz Hamza