এইবাৰ গুৱাহাটীত ভুৱা আৰ্মী:আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১১ জন ভুৱা আৰ্মীক

0 min read

এইবাৰ গুৱাহাটীত ভুৱা আৰ্মী৷সোমবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১১ জন ভুৱা আৰ্মী৷বিমান বন্দৰৰ সমীপত সেনাৰ পোছাকেৰে ৰাজপথত টহল দি থকা অৱস্থাত আটাইকেইজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে৷

সেনাৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰাত আটকাধীন লোককেইজন বৰ্তমান কোনো সেনাৰ লগত জড়িত নহয় বুলি জানিব পৰা গৈছে৷বৰ্তমান আজাৰা থানাত আটাইকেইজনক জেৰা কৰা হৈছে৷

You May Also Like

More From Author