27 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, দুজনক গ্ৰেপ্তাৰ

Assamese Newsৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, দুজনক গ্ৰেপ্তাৰ

সোমবাৰে ৰাতি দিল্লী আৰক্ষীয়ে দুইজনকৈ সন্দেহযুক্ত জৈইচ ই মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈ ৰাজধানী দিল্লীক এক সাম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ল ৷ উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন জম্মু কাশ্মীৰৰ বাসিন্দা ৷ তেওঁলোকৰ নাম হ’ল ২২ বছৰীয়া আব্দুল লটিফ আৰু ২০ বছৰীয়া মহম্মদ আছৰফ খাটনা ৷ তেওলোকৰ পৰা দুটা চেমি অটোমেটিক পিষ্টল আৰু ১০টা গুলী উদ্ধাৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে ৷ উল্লেখ্য যে আগষ্ট মাত দিল্লী আৰক্ষীয়ে ইছলামিক ষ্টেটৰ এক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাক বাধা দিবলৈ সক্ষম হৈছিল ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: