হাতীগাঁৱত ভুৱা কল চেণ্টাৰ উৎখাত – ১৫ জনক আটক
বুধবাৰে নিশা হাতীগাঁও অঞ্চলত এটা ভুৱা আন্তঃৰাষ্ট্ৰীয় কল চেণ্টাৰ উৎখাত কৰা হৈছে।
চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰি, মহানগৰ আৰক্ষীয়ে প্ৰযুক্তি বিক্ৰী কৰাৰ অজুহাতত আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন আৰু ইউৰোপীয় নাগৰিকসকলক প্ৰতাৰিত কৰাৰ অভিযোগত ‘অ’এ বিজনেছ ছলিউচন’ নামৰ কল চেন্টাৰটোত অভিযান চলায়।
