Advertisement

মহানগৰীৰ দিছপুৰত উদ্ধাৰ মৃতদেহ…

মহানগৰীৰ দিছপুৰত উদ্ধাৰ মৃতদেহ…

মহানগৰীৰ দিছপুৰত উদ্ধাৰ হৈছে এটা মৃতদেহ।

দিছপুৰৰ SBI শাখাৰ সন্মুখৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো।

এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই।

ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Shahnawaz Hamza