গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পুনৰ ৰাজপথৰ গাঁতত পৰি মৃত্যু এজন মেধাবী ছাত্ৰৰ
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পুনৰ ৰাজপথৰ গাঁতত পৰি মৃত্যু এজন মেধাবী ছাত্ৰৰ
সৌৰভ দাস নামৰ ছাত্ৰজন পথৰ গাঁতত পৰি আহত হৈছিল গুৰুতৰভাৱে।
দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় মেধাবী ছাত্ৰজনে।
১৪ জুলাইত জন্মদিনৰ উপহাৰ আনিবলৈ গৈ গাঁতত পৰি আঘাতপ্ৰাপ্ত হৈছিল সৌৰভ দাস GNRC হাস্পতালত শনিবাৰে নিশা মৃত্যু হয় সৌৰভৰ।