জি এম চি এইচত লুৰীণজ্যোতি গগৈ:আসন বুজাবুজিৰ ক্ষেত্ৰত অখিল গগৈৰ সৈতে বহিব আলোচনাত

জি এম চি এইচত লুৰীণজ্যোতি গগৈ:আসন বুজাবুজিৰ ক্ষেত্ৰত অখিল গগৈৰ সৈতে বহিব আলোচনাত

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আলোচনাত বহিব লুৰীণজ্যোতি গগৈ।

দুয়োগৰাকী নেতা চিকিৎসালয়তে এক বৈঠকত মিলিত হ’ব।বৰ্তমানে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে অখিল গগৈ।হাস্পতালতেই কোন ঠাইত প্ৰাৰ্থীত্ব কোনে পাব আৰু আসন ভাগ কৰাৰ প্ৰসংগত আলোচনা হ’ব।

সভাপতি অখিল গগৈৰ সৈতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বৈঠকৰ পিছতে এই তালিকাত ছীল মোহৰ পৰাৰ সম্ভাৱনা আছে।

GTM Desk

Related