দূর্গা পূজাৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ হ’ব ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান

দূর্গা পূজাৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ হ’ব ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান

শাৰদীয় দূর্গা পূজাৰ আগতে ৰাজ্যত ক’ভিড ভেকচিন প্ৰথম পালি প্ৰদান সম্পূৰ্ণ হ’ব । যোৰহাটৰ আই এছ বিটিত যাত্ৰীৰ বাবে ভেকচিন কেন্দ্ৰ মুকলি, স্বাস্থ্য মন্ত্ৰীৰ । স্বাস্থ্য বিভাগে ‘ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন’ৰ জৰিয়তে ৰাজ্যখনৰ গাঁৱে-গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে গৈ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে ক’ভিড প্ৰতিষেধক দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

Shahnawaz Hamza