Advertisement

চতুৰ্থবাৰ বিয়াত বহাৰ বাটত হেঙাৰ হোৱাৰ বাবেই প্ৰাণ দিব লগা হ’ল অঞ্জনে…

চতুৰ্থবাৰ বিয়াত বহাৰ বাটত হেঙাৰ হোৱাৰ বাবেই প্ৰাণ দিব লগা হ’ল অঞ্জনে…

চতুৰ্থবাৰ বিয়াত বহাৰ বাটত হেঙাৰ হোৱাৰ বাবেই প্ৰাণ দিব লগা হ’ল অঞ্জনে। গীতাশ্ৰীৰ এই পৰিকল্পনা জানিছিলনে অঞ্জনে? কেনেকৈ ধৰা পৰিল গীতাশ্ৰী সিনহা?

পত্নীয়ে প্ৰাণ ল’লে অঞ্জন নাথৰ। কিন্তু হত্যাকাণ্ডৰ আঁৰত কি? ‘প্ৰেম’? বাৰে বাৰে প্ৰেমত পৰা গীতাশ্ৰী সিনহাৰ মন গহনত লুকাই আছিল জিঘাংসা। যাৰ চিকাৰ হ’ল অঞ্জন নাথ। ৩৪ বছৰ বয়সত তিনিবাৰ বিয়া হোৱা গীতাশ্ৰীয়ে চতুৰ্থবাৰ প্ৰেমত পৰিছিল সৌৰভ গোয়েংকাৰ। এবছৰ পূৰ্বে স্পাত মাছাজ দিওতেই গীতাশ্ৰীৰ প্ৰেমত পৰিছিল সৌৰভ। গীতাশ্ৰীয়েও সঁহাৰি দিছিল সৌৰভক। কিছুদিনৰ ভিতৰতে অঞ্জনৰ সৈতে ৪ বছৰীয়া সংসাৰৰ যৱনিকা পেলাই সৌৰভৰ সৈতে ঘৰ বন্ধাৰ মন কৰিলে গীতাশ্ৰীয়ে।

Shahnawaz Hamza

Related