30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

প্ৰমোদ বড়োৰ চৰকাৰৰ দিনতেই বিটিচিৰ সকলো ধ্বংস হৈছে : হাগ্ৰামা মহিলাৰী

Assamese Newsপ্ৰমোদ বড়োৰ চৰকাৰৰ দিনতেই বিটিচিৰ সকলো ধ্বংস হৈছে : হাগ্ৰামা মহিলাৰী

‘প্ৰমোদ বড়োৰ চৰকাৰে বিটিচি শেষ কৰি পেলাইছে ৷ প্ৰমোদ বড়োৰ চৰকাৰৰ দিনতেই বিটিচিৰ সকলো ধ্বংস হৈছে’ ৷ এই মন্তব্য বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ৷
উল্লেখ্য যে, শনিবাৰে তামুলপুৰ জিলা বিপিএফৰ উদ্যোগত তামুলপুৰত আয়োজন কৰা হয় জিলা পৰ্যায়ৰ কৰ্মশালা ৷

এই কৰ্মশালাত উপস্থিত থাকে বৰ্তমান বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী ।

এই কৰ্মশালাত উপস্থিত থাকিয়েই বিপিএফ দলৰ সভাপতি গৰাকীয়ে কটু সমালোচনা কৰে বৰ্তমানৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!