24.6 C
Assam
Sunday, June 26, 2022

Featured News

আজি গুৱাহাটীৰ পৰা প্ৰথম দল হজযাত্ৰীৰ যাত্ৰাৰম্ভ

Assamese Newsআজি গুৱাহাটীৰ পৰা প্ৰথম দল হজযাত্ৰীৰ যাত্ৰাৰম্ভ

ষ্টেট হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ ইছলামপুৰস্থ হাজি মুছাফিৰ খানাত হজ যাত্ৰাৰ প্ৰাকক্ষণত এক প্ৰেছ মেল সম্বোধন কৰে।
স্বাস্থ্যকৰ্মীয়ে যাত্ৰীসকলৰ কভিড -১৯ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে। আজি প্ৰথমটো দল হজ যাত্ৰীয়ে গুৱাহাটী এৰি যাত্ৰা আৰম্ভ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: