আজি গুৱাহাটীত বহু কংগ্ৰেছ সদস্যই যোগ দিলে এজিপিত

আজি গুৱাহাটীত বহু কংগ্ৰেছ সদস্যই যোগ দিলে এজিপিত

আজি আমবাৰীস্থ এজিপিৰ মুখ্য কাৰ্য্যালয়ত কংগ্ৰেছৰ বহু কেইজন নেতা আৰু সদস্যই আনুষ্ঠানিকভাৱে এজিপিত যোগদান কৰে।

নতুন সদস্যসকলৰ সৈতে ফটো উঠিছে এজিপিৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই।

Shahnawaz Hamza