আজি গুৱাহাটীৰ পৰা প্ৰথম দল হজযাত্ৰীৰ যাত্ৰাৰম্ভ

আজি গুৱাহাটীৰ পৰা প্ৰথম দল হজযাত্ৰীৰ যাত্ৰাৰম্ভ

ষ্টেট হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ ইছলামপুৰস্থ হাজি মুছাফিৰ খানাত হজ যাত্ৰাৰ প্ৰাকক্ষণত এক প্ৰেছ মেল সম্বোধন কৰে।
স্বাস্থ্যকৰ্মীয়ে যাত্ৰীসকলৰ কভিড -১৯ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে। আজি প্ৰথমটো দল হজ যাত্ৰীয়ে গুৱাহাটী এৰি যাত্ৰা আৰম্ভ কৰে।

Shahnawaz Hamza