হাতীগাঁও আৰক্ষীৰ বৃহৎ সাফল্য; বহিঃৰাজ্যৰ বৃহৎ মবাইল চোৰ চক্ৰ গ্ৰেপ্তাৰ

0 min read

হাতীগাঁও আৰক্ষীয়ে চাংসাৰিৰ পৰা গ্ৰেপ্তাৰ কৰে বহিঃৰাজ্যৰ বৃহৎ মবাইল চোৰ চক্ৰ । ঝাৰখণ্ডৰ তিনি চোৰ সহ জব্দ ৩৫ টা দামী মবাইল ফোন। নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল হাতীগাঁও আৰক্ষীয়ে ।

ধৃত তিনিৰ নাম মটন আনছাৰী, তাছবীৰ শ্বেখ,,ইডুল শ্বেখ।বেছিভাগ মবাইল বেলতলা বজাৰ আৰু ৰেলষ্টেছনৰ সমীপৰ পৰা চুৰি কৰিছিল মবাইল কেইটা ।

You May Also Like

More From Author