ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ১৪খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ১৪খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ

শাৰদীয় দুৰ্গা পূজাৰ দিনকেইটা ৰাজ্যৰ ভিন্নপ্ৰান্তত হৈছে ধাৰাসাৰ বৰষুণ। মুষলধাৰ বৰষুণৰ ফলত ৰাজ্য ব্যাঘাত জন্মিছে উৎসৱৰ আনন্দত।

দেওবাৰে ৰাজ্যৰ ১৪খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ জিলাত কাইলৈ Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞানে।

ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত কাইলৈ Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞানে।

Yellow Alert জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা দিছে বতৰ বিজ্ঞান বিভাগে।

GTM Desk