বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ

বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ

টীয়ক, 25 জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছে যোৰহাট টীয়কৰ অংকুৰ জ্যোতি ভূঞাই ৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে এই সাফল্য ৷ অংকুৰৰ ঘৰৰ টীয়কৰ দ-গুৱাল গাঁৱত ৷ অংকুৰৰ দেউতাক পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে এই সাফল্য ৷ অংকুৰৰ ঘৰৰ টীয়কৰ দ-গুৱাল গাঁৱত ৷ অংকুৰৰ দেউতাক পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷

GTM Desk

Related