১৪টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল।৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ডাউনলোড কৰিব পাৰিব নম্বৰৰ তালিকা।জুনত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

পুৱা ১০ বজাৰ লগে লগেই ঘোণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী।ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।১৪টাকৈ ৱেবছাইটত মেট্ৰিকৰ ফলাফল লাভ কৰিব।ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট।

৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব।পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল নং আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ ফলাফল লাভ কৰিব।

ৱেবছাইট কেইটা হৈছে——–

  1. results.sebeonline.org

2. resultsassam.nic.in

3. www.indiaresults.com

4. www.results.shiksha

5.www.assamshiksha

6.www.asssamonline.in

7.exametc.com

8.www.schools9.com

9.https://iresults.net

10.assamjobalerts.com

11.assamresults.in

12.necareer.com

13.www.jagranjosh.com

14.www.vidyavision.com