22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

নগাঁৱৰ বৰঘাটত চোৰাং গৰু সহ ট্ৰাক জব্দ।

Assamese Newsনগাঁৱৰ বৰঘাটত চোৰাং গৰু সহ ট্ৰাক জব্দ।

২৪ টাকৈ গৰু সহ NL-01AC-6963 নম্বৰৰ ট্ৰাক খন জব্দ কৰিলে বৰঘাট আৰক্ষীয়ে।

দেওবাৰে ৰাতিপুৱা নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় গৰু কেইটা।

বাহন খনৰ চালক চাহাজুল আলী আৰু হেণ্ডিমেন আস্কৰ আলীক সুধা পোছাৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে।

উলেখ্য যে আৰক্ষীৰ চকুত ধূলি দিবলৈ তুগুৰি বস্তাৰ মাজত লুকুৱাই আনিছিল জব্দ হোৱা গৰু কেইটা।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!