নগাঁৱৰ বৰঘাটত চোৰাং গৰু সহ ট্ৰাক জব্দ।

নগাঁৱৰ বৰঘাটত চোৰাং গৰু সহ ট্ৰাক জব্দ।

২৪ টাকৈ গৰু সহ NL-01AC-6963 নম্বৰৰ ট্ৰাক খন জব্দ কৰিলে বৰঘাট আৰক্ষীয়ে।

দেওবাৰে ৰাতিপুৱা নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় গৰু কেইটা।

বাহন খনৰ চালক চাহাজুল আলী আৰু হেণ্ডিমেন আস্কৰ আলীক সুধা পোছাৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে।

উলেখ্য যে আৰক্ষীৰ চকুত ধূলি দিবলৈ তুগুৰি বস্তাৰ মাজত লুকুৱাই আনিছিল জব্দ হোৱা গৰু কেইটা।

Shahnawaz Hamza