22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

বীৰ হনুমানে কেনেদৰে নিজৰ ভুলৰ অনুভৱ কৰিলে জানি লওক

Assamese Newsবীৰ হনুমানে কেনেদৰে নিজৰ ভুলৰ অনুভৱ কৰিলে জানি লওক

বহুবাৰ বীৰ হনুমানে-নিজৰ প্ৰভূ শ্ৰী ৰামক সহায়ৰ বাবে অসম্ভৱকো সম্ভৱ কৰি তুলিছে।বীৰ হনুমানে ৰাম নামৰ মহত্বৰ বাবে-প্ৰভূ শ্ৰী ৰামৰ ক্ৰোধৰ সন্মুখীনো হৈছিল। ( Religious Studies )

বীৰ হনুমানৰ আৰাধ্য প্ৰভূ শ্ৰী ৰাম হয় আৰু প্ৰভূ শ্ৰী ৰামৰো সকলো ভক্ততকে প্ৰিয় বীৰ হনুমান হয়। বীৰ হনুমান আৰু শ্ৰী ৰামৰ বহু কথা আছে।তাৰে এটি কথাৰে-প্ৰভূ শ্ৰী ৰামে কি দৰে বীৰ হনুমানৰ অহংকাৰ ভাঙিছিল!

*লংকা যুদ্ধৰ আগৰে কথা-

সমুদ্ৰ পাৰ কৰি লংকালৈ যোৱাৰ কথা।তাৰ আগে প্ৰভূ শ্ৰী ৰামে বিচাৰিছিল যে-সেঁতুত এভাগি শিৱ লিংগ স্থাপন কৰা যায়।প্ৰভূ শ্ৰী ৰামে নিজৰ মনৰ কথা বীৰ হনুমানৰ আগত ব্যক্ত কৰিলে।আৰু কলে যে-তুমি কাশী লৈ গৈ শিৱলিংগ আনাগৈ।আৰু শুভ মুহুত্ব হোৱাৰ আগে আহিবাগৈ।

*পৱন পুত্ৰৰ বাবে কাশীলৈ যোৱাটো কোনো ডাঙৰ কথা নাছিল।বীৰ হনুমান অতুলীত বলশালী আৰু বেগবান আছিল।বীৰ হনুমান পলকতে কাশী পালেগৈ।নিজৰ বেগত তেতিয়া বীৰ হনুমানৰ অলপ অভিমান হল।  ( Religious Studies )

প্ৰভূ শ্ৰী ৰাম অন্তয্যামী আছিল।বীৰ হনুমানৰ কথা প্ৰভূ শ্ৰী ৰামে জানিলে।তেতিয়া প্ৰভূ ৰামে সুগ্ৰীৱক কলে যে-শুভ মুহুত্ব পাৰ হৈ যাব।সেইবাবে তেওঁ বালিৰে নিৰ্মিত শিৱলিংগ সেঁতুত স্থাপিত কৰি দিয়ে।প্ৰভূ শ্ৰী ৰামে-সেঁতুত বালিৰে নিৰ্মিত শিৱলিংগ স্থাপন কৰি দিলে।

কিছু সময়ৰ পাছতে বীৰ হনুমানে কাশীৰ পৰা শিৱলিংগ আনি প্ৰভূ শ্ৰীৰামৰ কাষ পালেহি।তেতিয়া বীৰ হনুমানে দেখা পালে যে-প্ৰভূ ৰামে বালিৰে নিৰ্মিত শিৱলিংগ স্হাপন কৰিলে।

তেতিয়া বীৰ হনুমানে প্ৰভূ শ্ৰী ৰামক কলে-আপুনি মোক কাশীলৈ গৈ শিৱলিংগ আনিব কৈছিল।এয়া আনিলো।কিন্তু আপুনি বালিৰে নিৰ্মিত শিৱ লিংগ স্থাপন কৰিলে।

*বীৰ হনুমানৰ কথা শুনি প্ৰভূ শ্ৰী ৰামে কলে-তেওঁৰ ভূল হল।এনে কৰা যে-এই বালিৰে নিৰ্মিত শিৱ লিংগ তাৰপৰা আঁতৰাই দিয়া।তাৰপাছত তুমি কাশীৰ পৰা অনা শিৱলিংগ স্থাপিত কৰি দিম।

বীৰ হনুমানে প্ৰভূৰ আজ্ঞা পায়-নিজৰ নেগুৰে বালিৰে নিৰ্মিত শিৱলিংগ ধৰি-সেই শিৱলিংগ ওভালিবলৈ চেষ্টা কৰিলে।কিন্তু সেই শিৱলিংগ সেই ঠাইৰপৰা অলপো নলৰিল।

প্ৰথমে বীৰ হনুমানৰ আশ্বয্য হৈছিল।কিন্তু কিছু পৰৰ পাছতে-বীৰ হনুমানৰ নিজৰ ভুলৰ অনুভৱ হল আৰু তেতিয়া তেওঁৰ অহংকাৰ ভাঙিল আৰু প্ৰভূ শ্ৰী ৰামৰ ওচৰত ক্ষমা বিচাৰিলে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!