17 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

সৰু কথাতেই খং উঠে নেকি ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব !

Assamese Newsসৰু কথাতেই খং উঠে নেকি ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব !

খঙত পৃথিৱীখন ওলোটা কৰি দিয়াৰ ক্ষমতা বহুতৰে আছে। কিন্তু যিয়েই খং কৰে, সেই লোকচান তেওঁৰেই হয়। সকলোৱে শীতল মূৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে কিন্তু সকলো পৰিস্থিতিতে শীতল মূৰ ৰখাটো সম্ভৱ নহয়। গতিকে খং নিয়ন্ত্ৰণ কৰাৰ কিছুমান সহজ উপায় –

 কামত ব্যস্ত হওক, সেয়া ঘৰুৱা কামেই হওক বা অফিচৰ কামেই হওক। ইয়াৰ বাবে মূৰৰ পৰা খংটো আঁতৰি গ’লেই খংটো নোহোৱা হৈ যাব। মূৰ গৰম হ’লে সংগীত শুনিবলৈ আৰম্ভ কৰক। তাৰ পিছত চকু মুদি সেই গীতটোত ডুব যাওক। মনলৈ আন কোনো চিন্তা আহিব নিদিব ।

 

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!