সৰু কথাতেই খং উঠে নেকি ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব !

সৰু কথাতেই খং উঠে নেকি ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব !

খঙত পৃথিৱীখন ওলোটা কৰি দিয়াৰ ক্ষমতা বহুতৰে আছে। কিন্তু যিয়েই খং কৰে, সেই লোকচান তেওঁৰেই হয়। সকলোৱে শীতল মূৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে কিন্তু সকলো পৰিস্থিতিতে শীতল মূৰ ৰখাটো সম্ভৱ নহয়। গতিকে খং নিয়ন্ত্ৰণ কৰাৰ কিছুমান সহজ উপায় –

 কামত ব্যস্ত হওক, সেয়া ঘৰুৱা কামেই হওক বা অফিচৰ কামেই হওক। ইয়াৰ বাবে মূৰৰ পৰা খংটো আঁতৰি গ’লেই খংটো নোহোৱা হৈ যাব। মূৰ গৰম হ’লে সংগীত শুনিবলৈ আৰম্ভ কৰক। তাৰ পিছত চকু মুদি সেই গীতটোত ডুব যাওক। মনলৈ আন কোনো চিন্তা আহিব নিদিব ।

 

 

GTM Desk

Related