25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

আজিৰ ৰাশিফল জানোঁ আহক

Assamese Newsআজিৰ ৰাশিফল জানোঁ আহক

১. *মেষ ৰাশি* (অ,ল) : –  মেষ

ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : – বৃষ ৰাশিৰ  জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰৰ সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত ভয় ভাৱ সৃষ্টি কৰিব পাৰে কৰ্মৰ পৰা  আতৰি থাকিবলৈ চেষ্টা কৰিব।

৩. *মিথুন ৰাশি* ( ক,ছ) :  – মিথুন ৰাশিৰ  জাতক – জাতিকাসকলৰ আজিৰ দিনটোত  ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, নতুন ব্যৱসায়ত যোগাযোগ কৰিব বাবে সক্ষম হব, সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব,  যদিও আজি আপুনি সজাগ নহ’লে সামান্য সন্তানৰ চিন্তাই আমনি কৰিব পাৰে।

৪. *কৰ্কট ৰাশি*( ড,হ) : – কৰ্কত ৰাশিৰ  জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত   কৰ্মক্ষেত্ৰত শুভ হ’ব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, লগতে আজি খেলুৱৈ সকলৰ উন্নতি হোৱাৰ যোগ দেখা যায় ।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ  আজিৰ দিনটোত সামাজিক কৰ্ম আৰু উৎসৱ পাৰ্বনত নিজকে ব্যস্ত ৰাখিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য খংঙ আৰু অভিযান ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ হৈ আগবাঢ়িব।

৬. *কন্যা ৰাশি* (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ   আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে, ঠিকাদাৰী ব্যৱসায়ি সকলৰ শুভ হ’ব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত মনত বিভ্ৰান্তিৰ সৃষ্টি হ’বলৈ দিব।  ( Horoscope Today )

৭. *তুলা ৰাশি* (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ  আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্মক্ষেত্ৰত বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ’ব।

৮. *বৃশ্চিক ৰাশি* (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত   ভ্ৰমণত শুভ হ’ব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি মনত অশান্তি দিব পৰা যি কোনো সৰু-সুৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. *ধনু ৰাশি* (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন হ’ব,  পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত চিনাকি ব্যক্তিৰ পৰা সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে।

১০. *মকৰ ৰাশি* (খ,জ):  – মকৰ ৰাশি  জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য কষ্ট পাৱ পাৰে, মনত নিৰাশাৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত সৰু-সুৰা কথাই অশান্তিৰ ভাৱ সৃষ্টি কৰিব পাৰে।

১১. *কুম্ভ ৰাশি*(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত কৰ্ম কৌশল আয়ত্ব কৰিব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপুনি পাৰিলে মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, আনৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!