22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

‘প্ৰিয়লীনা সাহসী ছোৱালী, তাই কেতিয়াও তেনেকুৱা কৰিব নোৱাৰে’ :কান্দি কান্দি ক’লে বান্ধৱীয়ে

Assamese News‘প্ৰিয়লীনা সাহসী ছোৱালী, তাই কেতিয়াও তেনেকুৱা কৰিব নোৱাৰে’ :কান্দি কান্দি ক’লে বান্ধৱীয়ে

৬ মাহ পূৰ্বে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰিয়লীনাই চিনাকী হৈছিল জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে৷ সেই চিনাকী লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল।

‘‘প্ৰিয়লীনা এগৰাকী সাহসী ছোৱালী। তাই কেতিয়াও তেনে কৰিব নোৱাৰে। তাই ইউটিউবক লৈ যথেষ্ট সপোন দেখিছিল। তাইক হত্যা কৰা হৈছে।’’ – এই ভাষ্য প্ৰিয়লীনাৰ এগৰাকী বান্ধবীৰ।

কান্দি কান্দি প্ৰিয়লীনাৰ মৃত্যুৰ উচিত ন্যায় দাবী কৰে বান্ধৱীগৰাকীয়ে। যুৱতীগৰাকীয়ে কয়, ‘তাই ৰাইড কৰি ভাল পাইছিল৷ ৰাইড কৰি দেৰিকৈ ঘৰলৈ ওভতাৰ বাবে তাইক ঘৰত বেয়া পাইছিল । কিছু কথাত কাজিয়া হৈছিল তাইৰ পংকজৰ সৈতে।’

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!