স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ! কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমৰ বাবে ১০০খন আসন!

স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ! কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমৰ বাবে ১০০খন আসন!

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ ৷ অসমত বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা৷ পূৰ্বৰ ১২শৰ পৰিৱৰ্তে এতিয়া নতুনকৈ বৃদ্ধি পালে আৰু এশ আসন৷ অৰ্থাৎ অসমত সৰ্বমুঠ আসনৰ সংখ্যা হ’ল ১৩শ৷

আজি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনালে এই এশ আসনৰ বাবে৷ বৃদ্ধি পোৱা আসন কেইখন হ’ব কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত

GTM Desk

Related