17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

সাংসদ হিচাপে ৩ বছৰত ৰঞ্জন গগৈয়ে নুশুধিলে এটাও প্ৰশ্ন, সংসদত কিমান আছিল তেওঁৰ উপস্থিতি?

Assamese Newsসাংসদ হিচাপে ৩ বছৰত ৰঞ্জন গগৈয়ে নুশুধিলে এটাও প্ৰশ্ন, সংসদত কিমান আছিল তেওঁৰ উপস্থিতি?

অৱসৰৰ পিছত প্ৰাক্তন চিজেআই ৰঞ্জন গগৈৰ প্ৰদৰ্শন কম আকৰ্ষণীয় হৈ পৰিছে। ২০১৯ চনৰ নৱেম্বৰ মাহত ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰত সৰ্বসন্মতিক্ৰমে ৰায়দান কৰা ৫জনীয়া সংবিধান বিচাৰপীঠৰ অংশ আছিল এইজন ন্যায়াধীশ।

২০১৯ চনৰ নৱেম্বৰ মাহত অৱসৰ লৈছিল প্ৰাক্তন চিজেআই ৰঞ্জন গগৈয়ে। কেইমাহমান পিছত ২০২০ চনৰ মাৰ্চ মাহত ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হয়। উল্লেখ কৰা প্ৰয়োজন যে প্ৰাক্তন চিজেআই গগৈয়ে মনোনয়ন লাভ কৰাৰ পিছত ৩ বছৰত ৮খন ৰাজ্যসভাৰ অধিৱেশনত অংশ লৈছে। যত তেওঁ ৰাজ্যসভাত এটাও প্ৰশ্ন কৰা নাই। সগতে কোনো আলোচনাতো অংশগ্ৰহণ কৰা নাই। আৰু ব্যক্তিগত সদস্যৰ বিধেয়কো উত্থাপন কৰা নাই।

দৰাচলতে সংবিধান অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সাহিত্য, বিজ্ঞান, শিল্প আৰু সমাজ সেৱাৰ সম্পৰ্কত বিশেষ জ্ঞান বা ব্যৱহাৰিক অভিজ্ঞতা থকা ১২ জন লোকক ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!