22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

আজিৰ ৰাশিফল জানোঁ আহক

Assamese Newsআজিৰ ৰাশিফল জানোঁ আহক

১. *মেষ ৰাশি* (অ,ল) : – মেষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, কৰ্মক্ষেত্ৰত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত নতুনকৈ যোগাযোগ হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি বিবাদ নিষ্পত্তি হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ।

৪. *কৰ্কট ৰাশি*( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সুখ শান্তি বাঢ়িব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব ।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাহস বিঢ়িব, বন্ধু বাঢ়িব, লগতে আজি আপোনাৰ আত্মীয় পৰিয়ালৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৬. *কন্যা ৰাশি* (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনৰ পৰিবৰ্তন হ’ব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত জেষ্ঠ্য ব্যক্তিৰ পৰা সজাগ সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )

৭. *তুলা ৰাশি* (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ’ব, সমস্যাৰ সমাধান কৰিব পাৰি যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু সান্নিধ্য লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায় ।

৯. *ধনু ৰাশি* (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধু বান্ধবৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, কৰ্মত সন্মান লাভ কৰিব, সম্পত্তি বাঢ়িব যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

১১. *কুম্ভ ৰাশি*(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত কৰ্মত সুখ শান্তি বাঢ়িব , ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!