22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

মহাশিৱৰাত্ৰিৰ দিনা কোন ৰাশিৰ লোকে কি আগবঢ়াব লাগে শিৱলিংগত?

Assamese Newsমহাশিৱৰাত্ৰিৰ দিনা কোন ৰাশিৰ লোকে কি আগবঢ়াব লাগে শিৱলিংগত?

কাইলৈ মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ পুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। এই দিনটোত সেউজীয়া কাপোৰ পিন্ধাটো শুভ। ইয়াৰ পিছত শিৱ মন্দিৰলৈ গৈ বিশুদ্ধ পানী, কুঁহিয়াৰৰ ৰস, গাখীৰ, দৈ, মৌ আৰু ঘিউ আদিৰে শিৱলিংগক অভিষেক কৰক। ইয়াৰপাছতে বেলপাত, ভাং, ধাতুৰা, ফলমূল, মিঠাই আদি ভগৱানক অৰ্পণ কৰক। ইয়াৰ পিছত শিৱ চালিছা পঢ়ক আৰু ভগৱান শিৱৰ মন্ত্ৰ জপ কৰক।

কিন্তু আপুনি জানি লওক আপোনাৰ ৰাশি অনুযায়ী ভগৱান শিৱক কি আগবঢ়াব-

মেষঃ বেলপাত অৰ্পণ কৰক।

বৃষ ৰাশিঃ গাখীৰৰ লগত পানী মিহলাই আগবঢ়াব।

মিথুন ৰাশিঃ দৈত পানী মিহলাই আগবঢ়াব।

কৰ্কট ৰাশি:  চন্দন কাঠ আগবঢ়াওক।

সিংহ ৰাশি : ঘিউৰ চাকি জ্বলাব।

কন্যা ৰাশিঃ ক’লা তিল আৰু পানী মিহলাই অভিষেক কৰক।

তুলা ৰাশিঃ বগা চন্দন কাঠ পানীত মিহলাই আগবঢ়াব।

বৃশ্চিক ৰাশি: পানী আৰু বেলপাত আগবঢ়াব।

ধনু ৰাশিঃ আবিৰ বা ফাকু আগবঢ়াওক।

মকৰ ৰাশিঃ ভাং আৰু ধটুৰা আগবঢ়াব।

কুম্ভ ৰাশি : ফুল আগবঢ়াওক।

মীন ৰাশিঃ কুঁহিয়াৰৰ ৰস আৰু কেশৰেৰে অভিষেক।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!