22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

নগ্নতাৰ বাবে বিখ্যাত বিশ্বৰ এইসমূহ সমুদ্ৰ তীৰ; য’ত নাই কাপোৰ পিন্ধাৰ অনুমতি

Assamese Newsনগ্নতাৰ বাবে বিখ্যাত বিশ্বৰ এইসমূহ সমুদ্ৰ তীৰ; য'ত নাই কাপোৰ পিন্ধাৰ অনুমতি

সকলোৱে সাগৰৰ পাৰত সময় কটাবলৈ ভাল পায় আৰু যদি কোনোবাই তালৈ যোৱা নাই তেন্তে তালৈ যাবলৈ এবাৰ হলেও মন কৰে। অৱশ্যে, সাগৰ তীৰৰ জীৱনৰ সন্দৰ্ভত মানুহৰ ভুল ধাৰণা বেলেগ বেলেগ আৰু প্ৰতিটো তীৰৰ নিজস্ব নিয়ম আছে। প্ৰতিটো তীৰ বেলেগ বেলেগ মেজাজৰ বাবে বিখ্যাত। কিন্তু, পৃথিৱীত এনে বহু সাগৰ তীৰ আছে, যিবোৰলৈ অহা মানুহবোৰে পিন্ধা কাপোৰৰ বাবেই বিখ্যাত। আচলতে এই তীৰবোৰলৈ অহা লোকসকসলে কাপোৰ পিন্ধাৰ অনুমতি নাই।

জনা যায় যে এই সাগৰ তীৰবোৰক ‘ক্লথিং-অপচনেল’ বা নগ্ন বিচ বুলি কোৱা হয়। এই তীৰ বা বিচসমূহৰ বহুতেই নগ্ন বিচ হিচাপেও বৈধ, য’ত কাপোৰ নোহোৱাকৈ বা কম কাপোৰ পিন্ধি ঘূৰি ফুৰিব পাৰি। কিন্তু জনা দৰকাৰ যে কাপোৰৰ বাহিৰেও ফটো ক্লিক কৰাৰ লগত জড়িত বহুতো নিয়ম আছে, অৰ্থাৎ তাত আন কোনো ফটো ক্লিক কৰিব নোৱাৰিব।

গতিকে আজি আমি আপোনালোকক ক’ম পৃথিৱীৰ কোনবোৰ বিচ নগ্নতাৰ বাবে বিখ্যাত আৰু কাপোৰ পিন্ধাৰ অনুমতি নোহোৱাৰ বাবে সদায় চৰ্চাত থাকে।

ফ্ল’ৰিডা হ’লোভাৰ বিচ, USA:: ফ্ল’ৰিডাৰ মিয়ামীৰ আটাইতকৈ জনপ্ৰিয় বিচ হ’ল হ’লোভাৰ বিচ, যাক ক্ল’থিং অপচনেল বিচ বুলি কোৱা হয়। ইয়াৰ বাহিৰেও আমেৰিকাত এনেধৰণৰ আন বহুতো বিচ বা তীৰ আছে।

ফ্ৰান্সৰ Cap d’Agde: বিশ্বৰ অন্যতম নগ্ন বিল হিচাপে গণ্য কৰা ফ্ৰান্সত থকা Cap d’Agde।

মেক্সিকোৰ প্লায়া জিপলিটঃ মেক্সিকোৰ অ’আক্সাকা ৰাজ্যৰ প্লায়া জিপলিট হৈছে কাপোৰ-কানিবিহীন জনপ্ৰিয় বিচ।

ব্ৰাজিলৰ প্ৰাইয়া ডু পিনহোঃ দক্ষিণ ব্ৰাজিলৰ চান্টা কেটাৰিনাত থকা প্ৰায়া ডু পিনহো হৈছে এখন নগ্ন বিচ।

অষ্ট্ৰেলিয়াৰ চামুৰাই বিচ: চামুৰাই বিচতো কাপোৰ নোহোৱাকৈ হে যাবলৈ অনুমতি দিয়া হয়। ই অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ প’ৰ্ট ষ্টিফেন্সত অৱস্থিত।

মন কৰিবলগীয়া যে এই সমুদ্ৰ তীৰত প্ৰৱেশৰ সন্দৰ্ভতো বহু নিয়ম আছে আৰু কাপোৰৰ সম্পৰ্কে গাইডলাইন আছে, যিবোৰ মানি চলিবই লাগিব। অন্যথা জৰিমনাৰ ব্যৱস্থা কৰিছে তাৰ প্ৰশাসনে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!