22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

তিতা চুলিত টাৱেল মেৰিয়াই থলে সোনকালে নোহোৱা হ’ব চুলি!

Assamese Newsতিতা চুলিত টাৱেল মেৰিয়াই থলে সোনকালে নোহোৱা হ'ব চুলি!

যদি আপুনিও চুলি ধুই লগে লগে টাৱেল বান্ধি লয়, তেন্তে আজিৰ পৰাই বন্ধ
কৰক, নহ’লে আপোনাৰ চুলি চিৰদিনৰ বাবে ক্ষতিগ্ৰস্ত হ’ব। টাৱেল বান্ধিলে কি
অসুবিধা হয় জানো আহক-

চুলিত টাৱেল বান্ধিলে চুলি সৰিব পাৰে, তিতা চুলিত টাৱেল বান্ধিলে চুলি
কেকুৰা কৰি পেলায়, ইয়াৰ বাবে চুলি টানি যায় আৰু আনকি শক্তিশালী চুলিও
সৰিব পাৰে।

গা ধোৱাৰ পিছত মূৰত টাৱেল বান্ধিলে চুলি শুকুৱাব পাৰে, চুলিত টাৱেলখন
বেছি সময় বান্ধি ৰাখিলে চুলিৰ প্ৰাকৃতিক তেল ক্ষয় হয়। চুলিত শুকানতা
আহে।

চুলিখিনি টাৱেলত বহু সময় মেৰিয়াই ল’লে চুলিৰ জিলিকনি আৰু চমক শেষ হ’ব পাৰে।

চুলিখিনি টাৱেলত বহু সময় মেৰিয়াই থাকিলে চুলিৰ প্ৰাকৃতিক তেল নোহোৱা হয়।
শুকান আৰু নিৰ্জীৱ হৈ পৰে ।

টাৱেলখন চুলিত বহু সময় মেৰিয়াই থাকিলে গুৰিত প্ৰভাৱ পৰে, চুলি গুৰিৰ
পৰা সৰিবলৈ আৰম্ভ কৰে। চুলিখিনি ভালদৰে শুকুৱাবলৈ কপাহী টাৱেল বা কাপোৰ
এখন লৈ চুলিখিনি ভালদৰে মেৰিয়াই ল’ব লাগে। কিছু সময়ৰ পিছত চুলিত থকা
অতিৰিক্ত পানী কাপোৰ বা টাৱেলে শোষণ কৰিব, তাৰ পিছত চুলিখিনি খোলা ৰাখি
শুকুৱাবলৈ দিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!