20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

Assamese Newsসুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত

      বস্তু আছে তোক নোজোৰয় ৷

তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া

     সন্তোষক লভিয়ো হৃদয়  ৷৷

অৰ্থাৎ , সকলো ভোগ্য বস্তু লাভৰ আকাংক্ষা ত্যাগ কৰি কৃষ্ণ নাম অমৃত পান কৰা, ৷

কৃষ্ণ নামৰ বাহিৰে জগতৰ সকলো বস্তু অনিত্য,বিনাশী ৷ধন ঐশ্বৰ্য্য সংগ্ৰহ কৰা আৰু ইয়াক চোৰ ডকাইতৰ পৰা ৰক্ষা কৰা বৰ কষ্টকৰ ৷ইয়াক ত্যাগ কৰাও বৰ দূখদায়ক ৷

কিন্তু কৃষ্ণনাম ধন পৰম ধন,ই সুখদায়ক ,অবিনাশী ৷ইয়ে ভক্তৰ পৰম ৰহস্য বিত্ত ৷পৰকালৰ লগত যোৱা ই সম্বন্ধ ৷অন্য ধন দান কৰিলে ক্ষয় হয় ৷কিন্তু নাম ধন দান কৰিলে নিজৰ ধন বাঢ়েহে ৷নাম ধন ইহ জন্মতো সুখদায়ক আৰু পৰজন্মতো অক্ষয় পন্যৰ ফলত পৰম গতি মুক্তি লাভ হয়

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!