17 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলৰ অভিযান !

Assamese Newsঅমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলৰ অভিযান !

বুধবাৰে নাৰেংগীৰ অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলে অভিযান চলায়। ফৰেনছিকৰ দলটোৰ সৈতে আছিল আৰক্ষীৰ লোকো।

মৃত দে’ৰ বাসগৃহত তদন্তত আৰক্ষীয়ে লাভ কৰে বিস্ফোৰক তথ্য। ৫ দিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ আছে ভাড়াতীয়া এজন ছাত্র ।ছাত্রজনৰ সন্ধান বিচাৰি আৰক্ষীয়ে চলাইছে তদন্ত।

ফৰেনছিকৰ দলটোৱে বাসগৃহটোৰ পৰা নমুনা সংগ্ৰহ কৰে। লগতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব নিৰুদ্দেশ হোৱা ছাত্ৰ জন ক’লৈ গ’ল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!