অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলৰ অভিযান !

অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলৰ অভিযান !

বুধবাৰে নাৰেংগীৰ অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলে অভিযান চলায়। ফৰেনছিকৰ দলটোৰ সৈতে আছিল আৰক্ষীৰ লোকো।

মৃত দে’ৰ বাসগৃহত তদন্তত আৰক্ষীয়ে লাভ কৰে বিস্ফোৰক তথ্য। ৫ দিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ আছে ভাড়াতীয়া এজন ছাত্র ।ছাত্রজনৰ সন্ধান বিচাৰি আৰক্ষীয়ে চলাইছে তদন্ত।

ফৰেনছিকৰ দলটোৱে বাসগৃহটোৰ পৰা নমুনা সংগ্ৰহ কৰে। লগতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব নিৰুদ্দেশ হোৱা ছাত্ৰ জন ক’লৈ গ’ল।

GTM Desk

Related