শীঘ্ৰে বিয়াত বহিব দিপলিনা! পিছে এই হাতখন কাৰ কব পাৰিবনে ?

শীঘ্ৰে বিয়াত বহিব দিপলিনা! পিছে এই হাতখন কাৰ কব পাৰিবনে ?

শীঘ্ৰে বিয়াত বহিব দিপলিনা ডেকা! আজি ফেচবুক যোগে প্ৰকাশ কৰিলে এখন ফটো। যাৰ পাছতে এতিয়া সকলোৱে আলোচনাৰ কেন্দ্ৰ হৈ পৰিছে দিপলিনাৰ বিয়াৰ কথা।

আচলতে আজি দিপলিনাই কাৰোবাৰ হাতত হাত ধৰি আগুৱাম বুলি এক ফটো চেয়াৰ কৰিছে। যাৰ পাছতে চছিয়েল মিডিয়া ব্যৱ্হাৰকাৰীয়ে গুণাগথা কৰিছে যে দিপলিনাই হাতত হাত ধৰি থকা ফটো খনত সেইখন কাৰ হাত?

কেৱল ইমানেই নহয়, সেইখন লুৰিন জ্যোতি গগৈ ৰ হাত বুলিও বহুতে কব বিচাৰিছে। কোনোবাই এখন ফটো চেয়াৰ কৰিছে যত লুৰিনৰ হাত খন আৰু দিপলিনাৰ হাতখন মিলাই দেখাইছে।

যি কি নহওক সকলোৰে প্ৰশ্নৰ উত্তৰ দিপলিনাই কিদৰে দিয়ে সেয়া হব লক্ষ্যনীয়।

GTM Desk

Related