24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

শীঘ্ৰে বিয়াত বহিব দিপলিনা! পিছে এই হাতখন কাৰ কব পাৰিবনে ?

Assamese Newsশীঘ্ৰে বিয়াত বহিব দিপলিনা! পিছে এই হাতখন কাৰ কব পাৰিবনে ?

শীঘ্ৰে বিয়াত বহিব দিপলিনা ডেকা! আজি ফেচবুক যোগে প্ৰকাশ কৰিলে এখন ফটো। যাৰ পাছতে এতিয়া সকলোৱে আলোচনাৰ কেন্দ্ৰ হৈ পৰিছে দিপলিনাৰ বিয়াৰ কথা।

আচলতে আজি দিপলিনাই কাৰোবাৰ হাতত হাত ধৰি আগুৱাম বুলি এক ফটো চেয়াৰ কৰিছে। যাৰ পাছতে চছিয়েল মিডিয়া ব্যৱ্হাৰকাৰীয়ে গুণাগথা কৰিছে যে দিপলিনাই হাতত হাত ধৰি থকা ফটো খনত সেইখন কাৰ হাত?

কেৱল ইমানেই নহয়, সেইখন লুৰিন জ্যোতি গগৈ ৰ হাত বুলিও বহুতে কব বিচাৰিছে। কোনোবাই এখন ফটো চেয়াৰ কৰিছে যত লুৰিনৰ হাত খন আৰু দিপলিনাৰ হাতখন মিলাই দেখাইছে।

যি কি নহওক সকলোৰে প্ৰশ্নৰ উত্তৰ দিপলিনাই কিদৰে দিয়ে সেয়া হব লক্ষ্যনীয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!