22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

গোঁসাইগাঁও: তুলসীবিলৰ কৰ্তিমাৰীত ডকাইতিকাণ্ডত ব্যবহাৰ কৰা পিষ্টল উদ্ধাৰ

Assamese Newsগোঁসাইগাঁও: তুলসীবিলৰ কৰ্তিমাৰীত ডকাইতিকাণ্ডত ব্যবহাৰ কৰা পিষ্টল উদ্ধাৰ

তুলসীবিলৰ কৰ্তিমাৰীত ডকাইতিকাণ্ডত ব্যবহাৰ কৰা পিষ্টল উদ্ধাৰ।

ঘটনাস্থলীৰ পৰা কিছু নিলগত খেতিপথাৰত উদ্ধাৰ পিষ্টলটো।

লগতে খেতিপথাৰত ওচৰতে থকা বাহনি বাৰীত উদ্ধাৰ CSP স্বতাধিকাৰী বেগ

তুলসীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৱজতি নাথৰ নেতৃত্বত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ব্যবহাৰ কৰা পিষ্টল, লগতে CSP ৰ স্বতাধিকাৰী বেগ

ঘটনাস্থলীত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নবনীতা শৰ্মা উপস্থিত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!