22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

প্লাষ্টিকৰ পিষ্টল আৰু এজন পুলিচ। ৰাজপথত ঘূৰি ফুৰে পুলিচজন। হিমাংশু কলিতাৰ কাহিনী

Assamese Newsপ্লাষ্টিকৰ পিষ্টল আৰু এজন পুলিচ। ৰাজপথত ঘূৰি ফুৰে পুলিচজন। হিমাংশু কলিতাৰ কাহিনী

‘অসম পুলিছত ভৰ্তি হোৱাৰ বহুত হেঁপাহ মোৰ’।

অনলাইনত অৰ্ডাৰ কৰি পিন্ধিলে পুলিছৰ ইউনিফৰ্ম।

শেষত হাতযোৰ কৰি হিমাংশুৱে কলে- ‘মোক জে’লত ভৰাব নালাগে’।

‘মই নিজেই নাজানো মই কি হয়’।

‘পুলিচৰ ড্ৰেছ পিন্ধিবলৈ মোৰ বহু চখ।

অসম পুলিচত মোক এটা চাকৰি দিয়ক।

মহাৰাষ্ট্ৰৰ পৰা অৰ্ডাৰ কৰি আনিছিলো পুলিচৰ ড্ৰেছযোৰ।’

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!