ডিব্ৰুগড়ত চৰকাৰী অনুষ্ঠানত বিকৃত ৰূপত পৰিৱেশন জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’

ডিব্ৰুগড়ত চৰকাৰী অনুষ্ঠানত বিকৃত ৰূপত পৰিৱেশন জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’

চৰকাৰৰ অনুষ্ঠানত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ দুখলগা অৱস্থা । জাতীয় সংগীতত হিপহপ, হামিং সমানে

ডিব্ৰুগড়ত চৰকাৰী অনুষ্ঠানত বিকৃত ৰূপত পৰিৱেশন জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’।

জাতীয় সংগীত বিকৃত ৰূপত পৰিৱেশনত স্তম্ভিত মন্ত্ৰী বিমল বৰা।

ঘটনা সন্দৰ্ভত সংশ্লিষ্ট বিষয়াক কৈফিয়ৎ তলবৰ লগতে তদন্ত ঘোষণা।

GTM Desk