19.8 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

যোগীঘোপাত ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক

Assamese Newsযোগীঘোপাত ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক

যোগীঘোপাত জনপ্ৰিয় ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক। যোগীঘোপা আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰাই আটক কৰে মোস্তাফিজুৰ ৰহমানক।

যোগীঘোপাৰ চটপাৰাৰ পৰা আটক কৰে তেওঁক ।মোস্তাফিজুৰৰ বিৰুদ্ধে ভিডিঅ প্ৰস্তুত কৰোতে শিশুক আইন বিৰুদ্ধভাবে ব্যৱহাৰ কৰাৰ অভিযোগ।

ইতিমধ্যে বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়াই যোগীঘোপা থানাত দাখিল কৰে এজাহাৰ । ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয় তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে অসমৰ আটাইতকৈ ধনী ইউটিবাৰ গোৱালপাৰাৰ মোস্তাফিজুৰ ৰহমান ।

সম্প্ৰতি যোগীঘোপা থানাত আৱদ্ধ মোস্তাফিজুৰ ৰহমান । মোস্তাফিজুৰ ৰহমানৰ নথিপত্ৰ বিহীন এখন বাহনো আৰক্ষীৰ কবলত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!