22.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

গুৱাহাটীৰ ডাবল মাৰ্ডাৰত ব্যৱহৃত গাড়ীত ফৰেনছিকে বিচাৰি পালে তেজৰ অৱশিষ্ট

Assamese Newsগুৱাহাটীৰ ডাবল মাৰ্ডাৰত ব্যৱহৃত গাড়ীত ফৰেনছিকে বিচাৰি পালে তেজৰ অৱশিষ্ট

গুৱাহাটীৰ ডাবল মাৰ্ডাৰক লৈ আৰক্ষীয়ে চলাই থকা ক্ষিপ্ৰ তদন্ত আৰু তথ্য-প্ৰমাণৰ অনুসন্ধানৰ সময়তে হত্যাকাণ্ড ব্যৱহৃত গাড়ীখনত ফৰেনছিক দলে বিচাৰি পাইছে তেজৰ অৱশিষ্ট। AS01JC-5795 নম্বৰৰ গাড়ীখনত এই তেজৰ অৱশিষ্টৰ সন্ধান পাইছে ফৰেনছিকৰ দলে ৷

উল্লেখ্য, এই গাড়ীখনেৰে মৃতদেহ মেঘালয়লৈ কঢ়িওৱা হৈছিল। ফৰেনচিকৰ দলে তেজৰ অৱশিষ্ট উদ্ধাৰৰ পিছতে কিছু তদন্তৰ ক্ষেত্ৰত কিছু আশাৰ সঞ্চাৰ কৰিছে যদিও এই তেজ কাৰ, তাক লৈ পৰীক্ষা কৰিবলৈ এতিয়া বাকী আছে। গাড়ীখনৰ ডিকি আৰু পিছৰ ছীটত তেজৰ অৱশিষ্ট পোৱা গৈছিল।

ইফালে, ৪ দিনৰ আৰক্ষী জিম্মাত লোৱা বন্দনা(Bandana Kalita)ক লৈ আহি তেওঁ পিতৃগৃহত অভিযান চলোৱা হয়। বন্দনাৰ লগতে তেওঁলোকৰ ঘৰত ভাড়াতীয়া ৰূপে থকা ধনটিৰ ঘৰতো অভিযান চলায়। হত্যাকাণ্ডৰ সময়ত পিন্ধা কাপোৰ বিচাৰি এই অভিযান চলোৱা হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!