20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

মেট্ৰিক পৰীক্ষাৰ ভয়ত ঘৰৰ পৰা পলাল ছাত্ৰ !

Assamese Newsমেট্ৰিক পৰীক্ষাৰ ভয়ত ঘৰৰ পৰা পলাল ছাত্ৰ !

মেট্ৰিক পৰীক্ষাৰ প্রাকমুহূৰ্তত সন্ধানহীন পৰীক্ষাৰ্থী

পৰীক্ষাৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰাৰ সন্দেহ পৰিয়ালৰ

ছিপাঝাৰৰ দুদুৰিয়াত এই ঘটনা

সন্ধানহীন ছাত্রজন আছিল চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ

পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰীয়াই দিনে-নিশাই বিচাৰ-খোচাৰ কৰিও সন্ধান পোৱা নাই ছাত্ৰজনৰ

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!