22.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

সাৱধান এই কাম নকৰাকৈ ভুলতো শনিদেৱৰ চকুলৈ চাব নালাগে

Assamese Newsসাৱধান এই কাম নকৰাকৈ ভুলতো শনিদেৱৰ চকুলৈ চাব নালাগে

সদায়ে খংত থকা-শনিদেৱৰ কেতিয়াও বিয়া কৰাৰ ইচ্ছা নাছিল।সেইবাবে তেওঁ বিয়া কৰাবলৈ মানা কৰিলে। ( Religious Studies )

কিন্তু শনিদেৱৰ পিতৃ সূয্যদেৱৰ শনিদেৱৰ বিয়া পাতিবলৈ বিচাৰিছিল।সেইবাবে সূয্যদেৱে শনিদেৱৰ বিবাহ এক গন্ধৰ্ব কন্যা ধামিনী লগত কৰি দিলে।

নিজৰ পিতৃৰ আজ্ঞা পালন কৰি-শনিদেৱেও বিবাহ কৰালে।কিন্তু তেওঁ ধামিনীক মনৰ পৰা নিজৰ পত্নী স্বীকাৰ  কৰা নাছিল।

ধামিনী-

শনিদেৱৰ লগত সুখী সুখী থাকিবলৈ ললে।বহু সময় পাৰ হৈ গল।এদিনাখন ধামিনী শনিদেৱৰ ওচৰলৈ গল-আৰু ধামিনীয়ে শনিদেৱক কলে-মোক পত্নীৰ দৰে সন্মান  লাগে।আৰু মোক এটা পুত্ৰ লাগে।

ধামিনীৰ কথা শুনি শনিদেৱে কয় যে-কি পুত্ৰ!মইটো তোমাক নিজৰ পত্নী বুলি স্বীকাৰ নকৰোঁ।এয়া কয়-শনিদেৱে ধামিনীক ভালে বেয়াই কবলৈ ধৰিলে।

শনিদেৱৰ কথা শুনি-ধামিনী ক্ৰোধিত হল-আৰু শনিদেৱক শাপ দিলে যে-যি দৰে আপুনি মোক কাৰো লগত চকুত চকু ৰাখি কথা কবলৈ যোগ্য কৰি নাৰাখিলে-ঠিক তেনেদৰে আপুনিও কাৰো লগত দৃষ্টি ৰাখি কথা পাতিব নোঁৱাৰিব। ( Religious Studies )

যি ব্যক্তিয়ে শনিদেৱৰ চকুলৈ চাব-সেইজনে শনিদেৱৰ প্ৰকোপ সহিব লগীয়া হব।ধামিনীৰ শাপক শুনাৰ পাছত-সকলো দেৱতাগণে ভয় খায়,আৰু ধামিনীক তেওঁৰ শাপ ঘূৰাই লবলৈ কয়।

সকলো দেৱতাগণৰ মিনতী শুনি-ধামিনীও মান্তি হয়।কিন্তু শাপক ঘূৰাই লোৱাটো সম্ভৱ নাছিল-সেইবাবে ধামিনীয়ে কলে যে-মহাদেৱৰ নাম লৈ যিয়ে শনিদেৱৰ চকুলৈ চাব-তেতিয়া শনিদেৱৰ প্ৰকোপ কম হব।



এইকাৰণেই শনিদেৱৰ পূজা-অন্য দেৱতাসকলোতকৈ বহুত বেলেগ হয়।আৰু শনিদেৱৰ ভক্তই শনিদেৱৰ চকুলৈ নাচায়।

শনিদেৱ সকলো দেৱতাতকৈ ভিন্ন হয় আৰু যিয়ে তেওঁৰ কথা শুনে-তেওঁলোকৰ সকলো দুখ দূৰ হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!