এই ১৩ টা কাৰণত সংসাৰলৈ আহে ডাঙৰ বিপৰ্যয়, থানবান হৈ যায় স্বামী–স্ত্ৰীৰ সম্পৰ্ক, ৰজাও নিমিষতে হৈ পৰে ফকিৰ!

1 min read

1/ চাণক্য নীতিত জীৱনৰ প্ৰতিটো মুহূৰ্তৰ গুৰুত্বপূৰ্ণ কথা জড়িত হৈ থাকে। জীৱনক কিদৰে সুখী কৰিব পাৰি আৰু দুখৰ সৈতে সংঘৰ্ষ কৰিব পাৰি সকলো আছে।

2/জীৱনৰ সুখ, দুখৰ সৈতে চাণক্য নীতিৰ এখ নিবিড় সম্পৰ্ক আছে। সেয়ে জীৱনত চাণক্য নীতিৰ গুৰুত্ব বহু পৰিমাণে আছে বুলি কোৱা হয়।

3/চাণক্য নীতিত এনে ঘটনা বৰ্ণিত আছে যিয়ে সৌভাগ্যক দুৰ্ভাগ্যলৈ সলনি কৰে। এনেকুৱা কেতবোৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় যিয়ে সৌভাগ্যক দুৰ্ভাগ্যলৈ ৰূপান্তৰিত কৰে।
4/আচাৰ্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত এই পৰিস্থিতি সম্পৰ্কে নানা বাখ্যা দিছে। যিয়ে জীৱনক দুখেৰে পৰিপূৰ্ণ কৰি তোলে।

5/ স্বামী–স্ত্ৰীৰ সম্পৰ্কক একোৰে পৰিমাপ কৰা নাযায়। এই সম্পৰ্ক জন্ম জন্মান্তৰৰ।

6/ প্ৰেম, ভালপোৱাৰ পৰা দায়িত্ব, কৰ্তব্য, জীৱনৰ এনে এক সন্ধিক্ষণ য’ত স্বামী, স্ত্ৰীৰ ভিতৰত কোনো এজনৰ মৃত্যু হয় বা আন কোনো কাৰণত সংগ ত্যাগ হয়, বাকী জীৱনটো কটোৱা কষ্টকৰ হৈ পৰে।

7/ জীৱনসংগী অবিহনে বাৰ্ধক্য জীৱন অতিবাহিত কৰা অত্যন্ত কঠিন হৈ পৰে। এই সময়ত ভাল জীৱনো দুখ–কষ্টলৈ পৰিণত হ’ব।

8/ সুখী জীৱনৰ বাবে টকা–পইচা অতি প্ৰয়োজন। কিন্তু পৰিশ্ৰমৰ টকা যদি আন কাৰোবাৰ হাতত পৰে, ইয়াতকৈ বেয়া পৰিস্থিতি জীৱনত একো নহয়।

9/হাতৰ পৰা টকা–পইচা ওলাই যায়। সেই সময়ত শত্ৰুৱে সেই টকা–পইচা বেয়া পথত ব্যৱহাৰ কৰে।

10/যদি কেতিয়াবা কোনো কাৰণত দুৰ্ভাগ্যবশতঃ আনৰ ঘৰত থাকিবলগীয়া হয় তাতকৈ দুখৰ কথা একো হ’ব নোৱাৰে।

11/ আনৰ ঘৰত থকাটো কেৱল আনৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি থকাই নহয়, তেওঁলোকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

12/এই সময়ত ব্যক্তিৰ আত্মসন্মানতো আঘাত লাগে। সেয়ে বেছিভাগ সময়তে এই প্ৰচেষ্টাত থাকিব লাগিব যাতে আনৰ ঘৰত থাকিব নালাগে।

Disclaimer: guwahati times ওপৰোক্ত তথ্য মানিবলৈ বাধ্য নকৰে বা অনুৰোধো নকৰে। নিজৰ বিচাৰ–বিবেচনাৰে মূল্যায়ণ কৰি ব্যৱহাৰিক প্ৰয়োগ কৰিব লাগিব।

You May Also Like

More From Author