20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

গৌৰৱান্বিত অসম: গুজৰাটৰ বিৰুদ্ধে মহিলা আই পি এলত অভিষেক অসমৰ জিন্টিমণি কলিতাৰ

Assamese Newsগৌৰৱান্বিত অসম: গুজৰাটৰ বিৰুদ্ধে মহিলা আই পি এলত অভিষেক অসমৰ জিন্টিমণি কলিতাৰ

আৰম্ভ হল বহু প্ৰত্যাশিত মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। ৪ মাৰ্চ বৃহস্পতিবাৰে লীগৰ প্ৰথম খন খেলতে গুজৰাট জায়েন্টছৰ বিৰুদ্ধে মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অভিষেক ঘটা অসমৰ জিন্টিমণি কলিতাই শক্তিশালী প্ৰদৰ্শন আগবঢ়াই নিজৰ লগতে ৰাজ্যখনক গৌৰৱান্বিত কৰে।

অসমৰ ২২ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে মহিলা আই পি এল ২০২৩ ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ দলত অন্তৰ্ভুক্ত হৈছিল।

কলিতাৰ অভিষেক প্ৰদৰ্শনক অসমৰ ক্ৰিকেট অনুৰাগীসকলে অতিশয় প্ৰশংসা কৰিছে আৰু ছ’চিয়েল মিডিয়াত সকলোৱে খেলুৱৈ গৰাকীক প্ৰশংসা কৰিছে। বহুতে তেওঁক অসমৰ যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ বুলি অভিহিত কৰি আৰু আগন্তুক মহিলা আই পি এলৰ মেচসমূহতো ভাল প্ৰদৰ্শন আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!