22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

বীৰ হনুমানৰ চমৎকাৰী মন্ত্ৰ

Assamese Newsবীৰ হনুমানৰ চমৎকাৰী মন্ত্ৰ

মংগলবাৰৰ দিনা-বীৰ হনুমানৰ বিশেষ পূজা অৰ্চনা কৰা হয়।মংগলবাৰৰ দিনা-বীৰ হনুমানৰ মন্ত্ৰৰ জাপ কৰিলে-বিশেষ লাভ হয়।এই মন্ত্ৰয়ে প্ৰতিটো কষ্টৰে পৰা মুক্তি দিয়ে।( Religious Studies)

*মংগলবাৰৰ দিনা-মংগল গ্ৰহ আৰু বীৰ হনুমানৰ ওপৰত সমৰ্পিত হয়।মংগলবাৰৰ দিনা বিধি-বিধানেৰে পূজা-অৰ্চনা কৰিলে-ভক্তসকলে প্ৰতিটো সমস্যাৰ পৰা মুক্তি পায়।মংগলবাৰৰ দিনা-বজৰংগবলীক প্ৰসন্ন কৰিবলৈ-উত্তম মনা হয়।মংগলবাৰৰ দিনা কৰা উপায়ৰ দ্বাৰা বজৰংগবলী প্ৰসন্ন হয় আৰু বজৰংগবলীৰ কৃপাৰ দ্বাৰা ভক্তসকলৰ সকলো কাম সৃদ্ধি হয়।

 

 

*বীৰ হনুমানৰ পূজাত মন্ত্ৰৰ জাপ বহুত মহত্বপূৰ্ণ মনা হয়।কষ্ট আৰু ৰোগৰ পৰা মুক্তি পাবলৈ-এই মন্ত্ৰ বহুত প্ৰভাৱশালী মনা হয়।

*বীৰ হনুমানৰ চমৎকাৰী মন্ত্ৰ-

১/ঔ দক্ষিণমুখায় পঞ্চমুখ হনুমন্তে কৰালবদনায়-

*মংগলবাৰৰ দিনা এই মন্ত্ৰৰ জাপ কৰিলে-ব্যক্তিৰ মনৰ পৰা ভয় নাইকিয়া হয়।এই মন্ত্ৰৰ জাপে-প্ৰেত,বাধা আৰু অন্য বেয়া শক্তিৰ পৰা ৰক্ষা কৰে।

২/নাৰসিংহায় ঔ হাঁ হি হু হৌ হঃ সকলভীত প্ৰেতদমনায় স্বাহা-

 

 

*বজৰংগবলীৰ এই মন্ত্ৰ বহুত লাভজনক।এই মন্ত্ৰৰ জাপ-২১বাৰ কৰিব লাগে।এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ শক্তি সকাৰত্মক শক্তি আহে।( Religious Studies)

৩/ঔঁ পূৰ্ৱকপিমুখায় পঞ্চমুখ হনুমন্তে-টং টং টং টং টং সকল শত্ৰু সংহৰণায় স্বাহা-

 

 

*এই মন্ত্ৰৰ জাপ প্ৰতি মংগলবাৰে আৰু শনিবাৰে কৰিব লাগে।এই ব্যক্তিৰ জাপৰ দ্বাৰা ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি হয় আৰু শত্ৰু সানি কৰিব নোঁৱাৰে।

৪/মৰ্কটেশা মহৎসা সৰ্বদুখ বিনাশণ-

*মংগলবাৰৰ দিনা এই মন্ত্ৰৰ জাপ-১০৮বাৰ কৰিব লাগে।এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ উন্নতি হয় আৰু চাকৰি ক্ষেত্ৰত অহা সকলো বাধা দূৰ হয়।

৫/মংগল ভৱন অমংগলহাৰী দ্ৰবহো স দশৰথ অজিৰ বিহাৰী-

*এই মন্ত্ৰৰ জাপ কৰিলে-ব্যক্তিৰ সকলো ধৰণৰ শাৰীৰিক আৰু মানসিক কষ্ট দূৰ হয় আৰু মনৰ কামনা আশা পূৰ্ণ হয়।এই মন্ত্ৰৰ জাপ প্ৰতিদিনে-কৰিলেও বিশেষ লাভ হয়।

৬/ঔঁ হং হনুমন্তে নমাহঃ-

*বীৰ হনুমানৰ এই মন্ত্ৰ বহুত লাভজনক মনা হয়।এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ সকলো ধৰণৰ কষ্ট আৰু ৰোগৰ পৰা মুক্তি পোৱা যায়।কাৰ্য্যত সফলতাৰ বাবে-এই মন্ত্ৰ বহুত লাভজনক।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!