NIA ৰ ভয়ংকৰ তথ্য। মৰিগাঁৱৰ মৈৰাবাৰী আৰু নগাঁৱত গ্ৰেপ্তাৰ পাকিস্তানী এজেণ্ট

NIA ৰ ভয়ংকৰ তথ্য। মৰিগাঁৱৰ মৈৰাবাৰী আৰু নগাঁৱত গ্ৰেপ্তাৰ পাকিস্তানী এজেণ্ট

NIAৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীৰ অভিযান।

জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ৫জনক আটক।

ধিং আৰু বটদ্ৰৱাত আৰক্ষীৰ অভিযান।

 

পাকিস্তানীক ছিম কাৰ্ডৰ যোগান ধৰাৰ অভিযোগ।

আৰক্ষীয়ে আটক কৰিছে আছিকুল ইছলাম, বদৰুদ্দিন, মিজানুৰ ৰহমান, বাহাৰুল ইছলাম আৰু ৱাহিদুজ জামানক।

 

পাকিস্তানলৈ ই-ছিমৰ যোগান ধৰিছিল ধৃত লোককেইজনে।

 

জেহাদীৰ লিংকৰ সন্দেহত সোধা-পোছা নগাঁও আৰক্ষীৰ।

 

নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে আটাইকে।

উদ্ধাৰ কৰা হৈছে ২০০ৰো অধিক ছিম কাৰ্ড।

পাকিস্তানলৈ বহু OTP প্ৰেৰণ কৰাৰ তথ্য পাইছে NIAই

GTM Desk

Related