26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

NIA ৰ ভয়ংকৰ তথ্য। মৰিগাঁৱৰ মৈৰাবাৰী আৰু নগাঁৱত গ্ৰেপ্তাৰ পাকিস্তানী এজেণ্ট

Assamese NewsNIA ৰ ভয়ংকৰ তথ্য। মৰিগাঁৱৰ মৈৰাবাৰী আৰু নগাঁৱত গ্ৰেপ্তাৰ পাকিস্তানী এজেণ্ট

NIAৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীৰ অভিযান।

জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ৫জনক আটক।

ধিং আৰু বটদ্ৰৱাত আৰক্ষীৰ অভিযান।

 

পাকিস্তানীক ছিম কাৰ্ডৰ যোগান ধৰাৰ অভিযোগ।

আৰক্ষীয়ে আটক কৰিছে আছিকুল ইছলাম, বদৰুদ্দিন, মিজানুৰ ৰহমান, বাহাৰুল ইছলাম আৰু ৱাহিদুজ জামানক।

 

পাকিস্তানলৈ ই-ছিমৰ যোগান ধৰিছিল ধৃত লোককেইজনে।

 

জেহাদীৰ লিংকৰ সন্দেহত সোধা-পোছা নগাঁও আৰক্ষীৰ।

 

নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে আটাইকে।

উদ্ধাৰ কৰা হৈছে ২০০ৰো অধিক ছিম কাৰ্ড।

পাকিস্তানলৈ বহু OTP প্ৰেৰণ কৰাৰ তথ্য পাইছে NIAই

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!