17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

কাৰ সৈতে হোলী উদযাপন কৰিলে ছানী লিয়নীয়ে, চাওক সৱিশেষ…

Assamese Newsকাৰ সৈতে হোলী উদযাপন কৰিলে ছানী লিয়নীয়ে, চাওক সৱিশেষ...

বলীউডৰ তাৰকাসকলে আজি আড়ম্বৰ পূৰ্ণ ভাৱে হোলী উদযাপন কৰা দেখা গৈছে। ইফালে অভিনেত্ৰী ছানী লিয়নেও ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে হোলী উদযাপনৰ কিছু ছবি শ্বেয়াৰ কৰিছে।

বলীউডৰ অভিনেত্ৰী ছানী লিয়নীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ছবিসমূহ শ্বেয়াৰ কৰিছে। ছবিবোৰত ছানীয়ে পৰিয়ালৰ সৈতে হোলী পাৰ্টি কৰা দেখা গৈছে। সকলোৰে মুখত আবিৰৰ লেপন দিয়া হৈছে।

ছানী, স্বামী আৰু সন্তান সকলোৱে হোলী পাৰ্টিৰ বাবে বগা সাজ-পোছাক পিন্ধিছে। ছবিকেইখনত অভিনেত্ৰীগৰাকীৰ ল’ৰা-ছোৱালীক অতি মৰমলগা দেখা গৈছে। হোলী পাৰ্টিৰ সময়ত স্বামী ডেনিয়েলৰ কোলাত প’জ দিয়াও দেখা গৈছিল ছানীক।

 

এই ফটোখনত ছানীক মুখত আবিৰ লৈ বৰ মৰমলগা দেখা গৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!