25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

নগাঁৱৰ আমতলাৰ পৰা নকল সোণ সহ ৩ বিক্ৰেতাক আটক নগাঁও সদৰ আৰক্ষীৰ।

Assamese Newsনগাঁৱৰ আমতলাৰ পৰা নকল সোণ সহ ৩ বিক্ৰেতাক আটক নগাঁও সদৰ আৰক্ষীৰ।

লক্ষিমপুৰৰ পৰা নগাঁৱত আহি সোণ বিক্ৰী কৰাৰ সময়ত আৰক্ষীয়ে হাতে লুটে আটক কৰে বিক্ৰেতাকেইটাক।

আটকাধীন বিক্ৰেতা কেইটাৰ পৰা আৰক্ষীয়ে সন্দেহ জনক দুখন নকল সোণৰ নাওঁ, ২ টা বিস্কুটৰ লগতে এখন যীশুৰ মূৰ্তিও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন লোক কেইজনৰ নাম ছাদ্দাম হুছেইন, আনাৰুল ইছলাম আৰু ৰিয়াজুল হক।

উল্লেখ্য যে এই অভিযুক্ত কেইটাই পূৰ্বেও এনে অপৰাধ জনিত কাৰ্যকলাপ জড়িত বুলি আৰক্ষীয়ে জানিব দিছে।

ধৃত বিক্ৰেতা কেইটাৰ প্ৰকৃত ঘৰ লক্ষিমপুৰত।

সম্প্ৰতি অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!